/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/71b813c8-f45e-4cb1-8065-a5adff8c75e5/Press_club.jpg)
ডিজিটেল ডেস্ক : সোমবাৰে গুৱাহাটী প্ৰেছ ক্লাবত গ্ৰন্থ উন্মোচনী সভা। উন্মোচন কৰা হয় উদীয়মান লেখক জুবেৰ ৰহমানৰ "NE384" শীৰ্ষক এখনি ইংৰাজী উপন্যাস।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/234b83ee-d906-4b7f-bcef-416a7ee7abe4/WhatsApp_Image_2023_05_15_at_8_40_58_PM.jpeg)
গ্ৰন্থখন উন্মোচন কৰে সাংবাদিক সমুদ্ৰগুপ্ত কাশ্যপ, সাহিত্যিক জয়ন্তমাধৱ বৰা আৰু যুৱ ঔপন্যাসিক অংকুশ শইকীয়াই। এই গ্ৰন্থ উন্মোচনী সভাত উপস্থিত থাকে গুৱাহাটী বিশ্ববিদ্যালয়ৰ সহকাৰী অধ্যাপক কিশোৰ মোহন ভট্টাচাৰ্যকে বহুলোক।
উল্লেখ্য যে, লেখক গৰাকীৰ এইয়া দ্বিতীয়খন গ্ৰন্থ।
Also Read: বিশ্ববন্দিত ফাটবিহু সৰ্বনিন্দিত হৈছে কিয় ?