/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/2dfb4234-caaa-4579-a4e1-3439ffa2f55a/jhonshon_21.jpg)
প্ৰতিদিন গোষ্ঠীৰ সহযোগত Johnson's ৰ শিশু সজাগতামূলক কাৰ্যসূচী আৰম্ভ...
ডিজিটেল ডেস্কঃ অসমীয়া প্ৰতিদিন আৰু প্ৰতিদিন টাইমৰ সহযোগত Johnson's এ সমগ্ৰ অসমত Johnson's baby Best from Day 1 শীৰ্ষক এক সজাগতামূলক কাৰ্যসূচী হাতত লৈছে। আজি এই কাৰ্যসূচী আনুষ্ঠানিকভালে গুৱাহাটী মহানগৰীৰ উলুবাৰী স্বাস্থ্য কেন্দ্ৰৰ শিশু স্বাস্থ্য আৰু মাতৃ কল্যাণ প্ৰতিষ্ঠানত আৰম্ভ হয়।
এই অনুষ্ঠানত নৱজাতক শিশুক কিদৰে যত্ন লব লাগে তাৰ পৰামৰ্শ আগবঢ়োৱা হয়।এই অনুষ্ঠানত প্ৰায় ১০০ গৰাকী মাতৃ আৰু তেওঁলোকৰ সত্নানে অংশগ্ৰহণ কৰিছিল।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/cecaae9c-a5a5-4d8e-8f06-f4553e6fef48/63a3df28-4216-4a1a-bc99-c2bfd28c20e2.jpg)
এই অনুষ্ঠানত শিশু বিশেষজ্ঞ ডাঃ গৰিমা শইকীয়াই শিশুৰ যত্নৰ বিভিন্ন কাৰ্যকলাপ যেনে স্তন্যপাণ, খাদ্য, ময়েশ্চাৰাইজিং, ডায়পাৰ সলনি কৰা আদিৰ বিষয়ে উল্লেখ কৰে।
উল্লেখ্য যে, এই সজাগতামূলক কাৰ্যসূচী অসমৰ মুঠ ১২ খন জিলাত অনুষ্ঠিত হব। Johnson`s য়ে এই কাৰ্যসূচীৰ সকলো অংশগ্ৰহণকাৰীক শিশু যত্নৰ বাবে স্বাগতম কিটো বিতৰণ কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/11e739ea-8724-4ece-9145-06d1bb4fca34/5e771330-7964-4af6-a2d4-8b6e06000040.jpg)
Also Read: ধেমাজিৰ প্ৰবীন বিজ্ঞান কৰ্মীলৈ বিজ্ঞান সমিতিৰ সম্বৰ্ধনাঃ “ চিন্তন” গ্ৰন্থ উন্মোচন...