/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/b2aead09-3de4-466a-80cc-f072a3f4cec3/AP_FOR_WEB_gandhi_bosoti.jpg)
জাইকাৰ গাফিলতিঃ গুৱাহাটীত পুনৰ ফুটিল পানীৰ পাইপ...
-
মহানগৰীৰ ৰাজপত পুনৰ ফুটিল পানীৰ পাইপ।
-
এইবাৰ স্থান গান্ধীবস্তি টিনিআলি।
-
পানীৰ পাইপ ফুটি কৃতিম বান পানী সদৃশ পৰিস্থিতি।
-
জানিব পৰা মতা নিশা জাইকাৰ লোকে কৰিছিল পাইপ মেৰামতিৰ কাম।
-
জাইকাৰ বিৰুদ্ধে কামত গাফিলতিৰ অভিযোগ।
-
মেৰামতিৰ কামত গাফিলতি হোৱাৰ বাবেই এইদৰে ফুটিল পানীৰ পাইপ।
-
ঘটনা সন্দৰ্ভত স্থানীয় ৰাইজৰ মাজত হাহাকাৰ।
Also Read: মাৰ্কেটত আহি গ'ল থ্ৰেডছঃ কিদৰে কৰিব ব্যৱহাৰ, চাওঁক সবিশেষ...