জালুকবাৰীত ফৰেনচিক বিশেষজ্ঞৰ দল: তন্নতন্নকৈ পৰীক্ষা দুৰ্ঘটনাস্থলী...

জালুকবাৰীত ফৰেনচিক বিশেষজ্ঞৰ দল: তন্নতন্নকৈ পৰীক্ষা দুৰ্ঘটনাস্থলী...

ডিজিটেল ডেস্ক : আজি পুৱাই জালুকবাৰীৰ ঘটনাস্থলীত উপস্থিত হয় ফৰেনচিক বিশেষজ্ঞৰ দল। সোমবাৰৰ নিশা জালুকবাৰীত সংঘটিত দুৰ্ঘটনাত পতিত হোৱা বাহন দুখন তন্নতন্নকৈ পৰীক্ষা কৰে ফৰেনচিক বিশেষজ্ঞৰ দলে।

ঘটনাস্থলীৰ পৰা দুয়োখন বাহনৰ নমুনা সংগ্রহ কৰে দলটোৱে। উক্ত দুৰ্ঘটনাত প্রাণ হেৰুৱাইছিল এ ই ছিৰ ৭ জনকৈ ছাত্রই। যাৰ বাবে সমগ্ৰ ৰাজ্যত শোকৰ ছাঁ পৰে।

আনহাতে ছাত্ৰ কেইজনৰ ঘৰত তেওঁলোকৰ মৃতদেহ উপস্থিত হোৱাৰ লগে লগে বিৰাজ কৰে শোকাকুল পৰিৱেশে। নিশাৰ ভাগত চৰাইদেউ জিলাৰ মাহমৰাত উপস্থিত হয় কৌশিক মহনৰ নিথৰ দেহ। কৌশিকৰ মৃতদেহ ঘৰ পোৱাৰ লগে লগে সৃষ্টি হয় শোকাকুল পৰিস্থিতিৰ।

জালুকবাৰীত ফৰেনচিক বিশেষজ্ঞৰ দল: তন্নতন্নকৈ পৰীক্ষা দুৰ্ঘটনাস্থলী...
শিৱসাগৰত নিশা ভয়ংকৰ অগ্নিকাণ্ড: অগ্নিনিৰ্বাপকৰ ২০ বাহনে জুই নিৰ্বাপণৰ চেষ্টা...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in