মহানগৰীত পুনৰ ফুটিল 'জাইকা'ৰ পানীৰ পাইপ

মহানগৰীত পুনৰ ফুটিল 'জাইকা'ৰ পানীৰ পাইপ

author-image
Asomiya Pratidin
New Update
মহানগৰীত পুনৰ ফুটিল 'জাইকা'ৰ পানীৰ পাইপ

ডিজিটেল ডেস্কঃ গুৱাহাটী মহানগৰীত পুনৰ ফুটিল পানীৰ পাইপ। এইবাৰ গীতানগৰ মন্দিৰ পথত ফুটিল 'জাইকা'ৰ পানীৰ পাইপ। বিগত ৩/৪ দিন ধৰি ফুটা পাইপৰ পৰা নিৰ্গত হৈ আছে পানী।

Advertisment

স্থনীয় ৰাইজে প্ৰকাশ কৰা অনুসৰি জল বৰ্ডক এই বিষয়ে খবৰ কৰাৰ পিছতো গুৰুত্ব নিদিলে জল বৰ্ডে। জল বৰ্ডৰ এই গুৰুত্বহীনতাৰ বাবে জল বৰ্ডৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰিছে স্থানীয় ৰাইজ।

Also Read: হাজোত ৬ মহীয়া দেৱশিশু চুৰি : আৰক্ষীৰ জালত জেঠায়েক

guwahati