/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/314856f6-7edf-400a-9331-74cdd453b393/N_Ghy_new.jpg)
ডিজিটেল ডেস্কঃ
উত্তৰ গুৱাহাটীত আয়কৰ বিভাগৰ অভিযান
ব্রহ্মপুত্র ইণ্ডাষ্ট্রিয়েল পাৰ্কৰ ভিতৰত এই অভিযান
চুপাৰিৰ বিৰুদ্ধে আয়কৰ বিভাগৰ এই অভিযান
ইণ্ডাষ্ট্রিয়েল পাৰ্কৰ ৪ নম্বৰ প্লেটত এই অভিযান
অভিযান সম্পৰ্কত অৱগত নহয় কামৰূপ আৰক্ষী
সংবাদ মাধ্যমক বাতৰি সংগ্রহত বাধা আয়কৰ বিভাগৰ দলটোৰ
Also Read: গুৱাহাটীৰ মানুহে AC ব্যৱহাৰ কৰাৰ ফলত নাটনি হৈছে বিদ্যুতৰঃমুখ্যমন্ত্ৰী