Soldiering for Democracy - গণতন্ত্ৰৰ ৰণুৱা

প্ৰদৰ্শন হ'ব ড০ হীৰেণ গোহাঁইৰ জীৱনভিত্তিক তথ্যচিত্ৰ। অসমৰ অসমীয়া আৰু ইংৰাজী সাহিত্যৰ অদ্বিতীয় সমালোচক

author-image
Asomiya Pratidin
New Update
Soldiering for Democracy - গণতন্ত্ৰৰ ৰণুৱা

ডিজিটেল ডেস্কঃ প্ৰদৰ্শন হ'ব ড০ হীৰেণ গোহাঁইৰ জীৱনভিত্তিক তথ্যচিত্ৰ। অসমৰ অসমীয়া আৰু ইংৰাজী সাহিত্যৰ অদ্বিতীয় সমালোচক,'অসমৰ বিবেক' আখ‍্যায়িত তথা এজন প্ৰকৃত গণতান্ত্ৰিক কাণ্ডাৰী ৰূপে স্বীকৃত সমালোচক বিশিষ্ট বুদ্ধিজীৱী ড০ হীৰেন গোহাঁইৰ জীৱনভিত্তিক তথ‍্যচিত্ৰ 'soldiering for democracy -গণতন্ত্ৰৰ ৰণুৱা'ৰ আনুষ্ঠানিক শুভ প্ৰদৰ্শনৰ অনুষ্ঠান অহা ৩ ফেব্ৰুৱাৰীত অনুষ্ঠিত কৰা হ'ব।

Advertisment

উক্ত দিনা দুপৰীয়া ৩ বজাত কাহিলীপাৰাৰ জ‍্যোতি চিত্ৰবন প্ৰেক্ষাগৃহত আয়োজন কৰা অনুষ্ঠানত আয়োজক সমিতিয়ে ৰাইজৰ উপস্থিতি কামনা কৰিছে।

আৰু পঢ়কঃ ৰাজ্যত গুণোৎসৱৰ ভেঁকোভাওনা...

documentary guwahati hiren gohain