/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/06/kamakhya-759.jpg)
পুৱাই কামাখ্যাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা...
-
মা কামাখ্যাৰ সেৱা ল'লে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।
-
পুৱাই মুখ্যমন্ত্ৰী ড০ শৰ্মা উপস্থিত হ'লগৈ মা কামাখ্যা দেৱালয়ত।
-
অম্বুবাচীৰ নিবৃত্তিৰ পিছত মুখ্যমন্ত্ৰীৰ এয়া প্ৰথমটো কামাখ্যা ভ্ৰমণ।
-
২৬ জুনৰ পুৱা ৫ বজাত সাধাৰণ ভক্তৰ বাবে মুকলি হৈছিল কামাখ্যাৰ দুৱাৰ।
-
২৬ আৰু ২৭ তাৰিখে বন্ধ আছিল ভি আই পি আৰু ভি ভি আই পি ব্যৱস্থা।
-
মুখ্যমন্ত্ৰীক কাষতে পাই ভক্তই ল'লে ছেলফি।
-
অম্বুবাচী উপলক্ষে কামাখ্যালৈ অহা বহু ভক্ত এতিয়াও আছে কামাখ্যাত।
Also Read: দিচাং ৰিজ'ৰ্টত অগ্নিকাণ্ডঃ কেইবাটাও চিলিণ্ডাৰ বিস্ফোৰণ...