/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/07/dangor-khobr-24-1.jpg)
দিচাং ৰিজ'ৰ্টত অগ্নিকাণ্ডঃ কেইবাটাও চিলিণ্ডাৰ বিস্ফোৰণ...
-
সোণাপুৰৰ দিচাং ৰিজৰ্টত ভয়ংকৰ অগ্নিকাণ্ড।
-
অগ্নিকাণ্ডৰ ফলত বিস্ফোৰণ কেইবাটাও চিলিণ্ডাৰ।
-
জানিব পৰা মতে ৰিজ'ৰ্টখনত থকা কেইবাটাও চিলিণ্ডাৰ বিস্ফোৰণ হৈছে।
-
ঘটনাস্থলীত উপস্থিত অগ্নিনিৰ্বাপক বাহিনীৰ লোক।
-
বৰ্তমানলৈকে জানিব পৰা অগ্নিকাণ্ডৰ প্ৰকৃত কাৰণ।
-
অগ্নি নিৰ্বাপক বাহিনীয়ে অব্যাহত ৰাখিছে অগ্নি নিৰ্বাপনৰ চেষ্টা।
Also Read: নগাঁৱত উন্নয়নৰ খতিয়ান ল'লে ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়াই...