মহানগৰীত ভয়ংকৰ ঘটনাঃ দুৰ্বৃত্তই জ্বলাই দিলে চাৰিখনকৈ বাহন...

কোনো দুৰ্বৃত্তই চাৰিখনকৈ দুচকীয়া বাহন জ্বলাই দিয়াৰ ঘটনা সংঘটিত হৈছে হেঙেৰাবাৰীৰ লিচুবাগানত অঞ্চলত।

author-image
Asomiya Pratidin
New Update
মহানগৰীত ভয়ংকৰ ঘটনাঃ দুৰ্বৃত্তই জ্বলাই দিলে চাৰিখনকৈ বাহন...

ডিজিটেল ডেস্কঃ মহানগৰীৰ হেঙেৰাবাৰীৰ সংঘটিত হয় এক ভয়ংকৰ কাণ্ড। কোনো দুৰ্বৃত্তই চাৰিখনকৈ দুচকীয়া বাহন জ্বলাই দিয়াৰ ঘটনা সংঘটিত হৈছে হেঙেৰাবাৰীৰ লিচুবাগানত অঞ্চলত।

Advertisment

ঘটনাত আটাইকেইখন বাহন জ্বলি ছাৰ-খাৰ হয়। অৱশ্যে স্থানীয় ৰাইজৰ তৎপৰতাত জুই নিৰ্বাপিত হয়। এই ঘটনাৰ সন্দৰ্ভত ইতিমধ্যেই আৰক্ষীক খবৰ দিয়াত আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত। উল্লেখ্য লিচুবাগানৰ পানী টেংকিৰ চৌহদত এই ঘটনা সংঘটিত হয়।

Also Read: ঢকুৱাখনা দৈনিক বজাৰত অস্বাস্থ্যকৰ পৰিৱেশ; কাণসাৰ নাই পৌৰসভাৰ...

Assam police