মহানগৰীত উদ্ধাৰ অৰ্ধগলিত মৃতদেহ

মহানগৰীত উদ্ধাৰ অৰ্ধগলিত মৃতদেহ

author-image
Asomiya Pratidin
New Update
মহানগৰীত উদ্ধাৰ অৰ্ধগলিত মৃতদেহ

ডিজিটেল ডেস্কঃ মহানগৰীত পুনৰ উদ্ধাৰ কৰা হৈছে অচিনাক্ত মৃতদেহ। মঙলবাৰে জালুকবাৰীৰ সদিলাপুৰত উদ্ধাৰ কৰা হয় এটি অৰ্ধগলিত মৃতদেহ। ব্রহ্মপুত্র নৈৰ সমীপতে উদ্ধাৰ কৰা হৈছে অচিনাক্ত মৃতদেহটো।

Advertisment

ইতিমধ্যেই ঘটনাস্থলীত উপস্থিত হৈছে আৰক্ষী। প্ৰাথমিক তদন্তৰ ভিত্তিত কোনো লোকে হত্যা কৰি মৃতদেহটো পেলাই থৈ যোৱাৰ সন্দেহ কৰিছে আৰক্ষীয়ে। মৃতদেহটো উদ্ধাৰ কৰি আৰক্ষীয়ে তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে। মৃতদেহৰ মৰোণোত্তৰ পৰীক্ষাৰ পিছতহে আৰু অধিক তথ্য পোহৰলৈ আহিব।

Also Read: সদৌ অসম কৃষ্ণ সূৰ্য নাম সমাজৰ সৌজন্যত সংকল্পিত মহা পালনাম আৰু ভাওনা প্ৰদৰ্শন

dead body found