New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/c5478f5e-cb20-40d3-85cd-29b49efd0f50/download.jpg)
মহানগৰীৰ জু-ৰোডৰ হাতীগড় চাৰিআলিত অঘটন।
পানীৰ পাইপ ফুটি অবৰ্ণনীয় পৰিস্থিতিৰ সৃষ্টি অঞ্চলটোত।
দিনৰ প্ৰায় ১.৪০ বজাত সংঘটিত এই অঘটন।
হাতীগড় চাৰিআলিৰ পৰা ৰেলৱে কলনীলৈ যোৱা পথচোৱাত যান-বাহনৰ যাতায়ত ব্যহত।
Also Read: ভূমিকেন্দ্ৰিক বিবাদত মহিলাসহ নিহত ২জন
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us