/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/5e1f4a66-88c3-4353-b1ce-bf53f8721a97/AP_FOR_WEB_new_format_Y_copy.jpg)
গুৱাহাটী প্রেছ ক্লাবৰ উদ্যোগত শনিবাৰে পুৱাই অনুষ্ঠিত কৰা হয় "ৰাণ ফৰ প্ৰাইড" (RUN FOR PRIDE) কাৰ্যসূচী।
এছিয়ান গেমছত প্রতিনিধিত্ব কৰা ভাৰতীয় খেলুৱৈক শুভেচ্ছা জনোৱাৰ উদ্দেশ্যেৰে আয়োজন কৰা হয় এই কাৰ্যসূচীৰ।
এই কাৰ্যসূচী গুৱাহাটী প্রেছ ক্লাবৰ বাকৰিৰ পৰা আৰম্ভ কৰা হয়।
প্রেছ ক্লাবৰ পৰা নেহৰু ষ্টেডিয়াম হৈ পুনৰ প্রেছ ক্লাবলৈ উভতি যায় ৰাণ ফৰ প্ৰাইডত অংশগ্ৰহণ কৰা সদস্যসকল।
কাৰ্যসূচীত অংশগ্ৰহণ কৰে বহু সংবাদকৰ্মীয়ে।
Also Read: তৃণমূল কংগ্ৰেছলৈ গমণ বিজেপি-অগপ-কংগ্ৰেছৰ দুই শতাধিক কৰ্মী