/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/07/dangor-khobr-24-1.jpg)
শ্বেয়াৰ মাৰ্কেটত ধন বিনিয়োগৰ নামত গুৱাহাটীৰ যুৱতীক কোটি টকাৰ প্ৰৱঞ্চনা
- গুৱাহাটী মহানগৰীত শ্বেয়াৰ মাৰ্কেটত ধন বিনিয়োগৰ নামত প্ৰৱঞ্চনা। 
- ৰিহাবাৰীৰ এগৰাকী যুৱতীৰ সৈতে সংঘটিত হৈছে ঘটনা। 
- প্রৱঞ্চকৰ জালত পৰি ১.৩ কোটি টকাৰ বিনিয়োগ যুৱতীগৰাকীৰ। 
- কেইবাটাও কিস্তিত ধন পৰিশোধ কৰিছিল যুৱতীগৰাকীয়ে। 
- জালিয়াতি ধৰা পৰাত আৰক্ষীৰ অপৰাধ শাখাত অভিযোগ যুৱতীগৰাকীৰ। 
- আৰক্ষীৰ তৎপৰতাত ২৮,৬২,০০০ টকা উদ্ধাৰ। 
- ঘটনা সন্দৰ্ভত আৰক্ষীৰ অপৰাধ শাখাৰ তদন্ত অব্যাহত। 
Also Read: নিশ্চিত মোডীৰ তৃতীয় কাৰ্যকালঃ শ্বেয়াৰ মাৰ্কেটত পুনৰ উত্থান, বিনিয়োগকাৰীৰ মুখত হাঁহি...
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
/asomiyapratidin/media/member_avatars/a-/AFdZucrahs0cQJtCvPJgez1pmKf-b8DYLM8QcmdGGzcV=s96-c.jpeg )
 Follow Us
 Follow Us