নিশা মহানগৰীৰত ভয়ংকৰ অগ্নিকাণ্ডঃ নিমিষতে ছাই হ'ল লাখ টকাৰ সম্পত্তি...

নিশা মহানগৰীৰত ভয়ংকৰ অগ্নিকাণ্ডঃ নিমিষতে ছাই হ'ল লাখ টকাৰ সম্পত্তি

author-image
Asomiya Pratidin
New Update
নিশা মহানগৰীৰত ভয়ংকৰ অগ্নিকাণ্ডঃ নিমিষতে ছাই হ'ল লাখ টকাৰ সম্পত্তি...

প্ৰতীকি ফটো

  • নিশা মহানগৰীৰ ওদালবাক্রাত ভয়ংকৰ অগ্নিকাণ্ড।

  • অগ্নিকাণ্ডত ভস্মীভূত হয় লাখ লাখ টকাৰ সম্পত্তি ।

  • এটা টেণ্ট হাউচৰ পৰা সূত্রপাত হয় এই অগ্নিকাণ্ডৰ।

  • নিমিষতে জ্বলি ছাৰখাৰ হয় টেণ্ট হাউচটো।

  • ঘটনাস্থলীত ১২ খনকৈ অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হয়।

  • কেইবা ঘণ্টাজোৰা প্রচেষ্টাৰ অন্তত জুই নুমুৱাবলৈ সক্ষম হয় অগ্নিনিৰ্বাপক বাহিনীয়ে।

Advertisment

Also Read: বাইজুছৰ বিত্তীয় বিষয়ক লৈ ভাৰতৰ কৰ্পৰেট পৰিক্ৰমা মন্ত্ৰাণালয়ৰ প্ৰতিবেদন দাখিলৰ নিৰ্দেশ...

Assam police fire