/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/67ba995c-7c76-4048-b343-9380df20d905/GUWAHATI_30.jpg)
৩১ ডিচেম্বৰ ভুলতো নকৰিব এই কামঃ সষ্টম মহানগৰ আৰক্ষী...
-
গুৱাহাটী আৰক্ষী আয়ুক্ত দিগন্ত বৰাৰ সংবাদ মেল।
-
৩১ ডিচেম্বৰৰ বাবে কেইবাটাও নীতি নিৰ্দেশনা।
-
কোনো লোকে সুৰাপান কৰি চলাব নোৱাৰিব বাহন।
-
সকলোকে আইন মালি চলাৰ আহ্বান।
-
গুৱাহাটীৰ সকলো স্থানতে আৰক্ষীয়ে চলাব অভিযান।
-
সুৰাপন কৰি গাড়ী চলালে বাতিল হ'ব অনুজ্ঞাপত্ৰ।
-
একেদৰে বাতিল হ'ব বাহনৰ আৰ চি।
-
বাৰ, ৰেষ্টুৰেণ্ট সমূহো বন্ধ কৰিব লাগিব নিৰ্ধাৰিত সময়ত।
-
অসামৰিক পোচাকতো আৰক্ষীয়ে চলাব অভিযান।
Also Read: ওৰাঙত কস্তুৰবা গান্ধী বালিকা বিদ্যালয়ৰ নতুন ভৱন আনুষ্ঠানিকভাৱে মুকলি...