/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/08/breaking-Plate.jpg)
মহানগৰীত জ্যেষ্ঠ ভাতৃৰ দাৰ ঘাপত আহত কনিষ্ঠ ভাতৃ
মহানগৰীত পুনৰ চাঞ্চল্যকৰ ঘটনা।
জ্যেষ্ঠ ভাতৃয়ে হত্যাৰ চেষ্টা কৰিলে কনিষ্ঠ ভাতৃক।
জ্যেষ্ঠ ভাতৃৰ দাৰ ঘাপত আহত কনিষ্ঠ ভাতৃ।
আক্ৰমণ কৰা জ্যেষ্ঠ ভাতৃজনৰ নাম কমল।
মহানগৰীৰ বৰাগাঁৱত সংঘটিত হৈছে এই ঘটনা।
আহত কৰ্ণ নামৰ যুৱকজনক হাস্পতালত ভৰ্তি।
পাৰিবাৰিক সংঘতাৰ বাবেই এই ঘটনা।
Also Read: অগপৰ চিচিবৰগাঁও বিধান সভা সমষ্টিৰ বিষয়ববীয়াৰ কাৰ্যভাৰ আৰু শপত গ্ৰহণ...