/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/403db476-7fe0-4669-92f1-2d4465149a25/download.jpg)
এই মুহূৰ্তৰ খবৰ
-
গুৱাহাটী ৰে’লৱে ষ্টেচনত জি আৰ পিৰ অভিযান।
-
অভিযানত জব্দ অবৈধ বাৰ্মিজ চুপাৰি।
-
অবধ আসাম এক্সপ্রেছৰ পৰা জব্দ ৩১ বস্তা চুপাৰি।
-
জব্দকৃত চুপাৰিখিনিৰ বজাৰ মূল্য প্রায় ৫০ লাখ টকা।
-
ডিমাপুৰৰ পৰা অনা হৈছিল বাৰ্মিজ চুপাৰিখিনি।
-
ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে অধিক তথ্য বাবে অব্যাহত ৰাখিছে তদন্ত।