New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/b21735fe-bac0-4630-8919-c861f864ad34/111.jpg)
গুৱাহাটী ৰে’ল ষ্টেচনত পুনৰ সোণ জব্দ
GRPৰ অভিযানত জব্দ ৩২০ গ্রাম সোণ
আৰক্ষীয়ে আটক কৰে চম্পট ৰাও নামৰ এজনক
আগৰতলাৰ পৰা দিল্লী লৈ গৈ থকা সময়তে জব্দ সোণখিনি
জব্দকৃত সোণখিনিৰ মূল্য প্রায় ২০ লাখ টকা।
Also Read: বাহাৰঘাটত শিক্ষাব্ৰতী প্ৰবীন চন্দ্ৰ শইকীয়াৰ স্মাৰক গ্ৰন্থ "প্ৰাজ্ঞ প্ৰবীন" উন্মোচন