/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/d7f28c16-f799-4aa4-81b8-6bc7e9aea090/AP_FOR_WEB_girls.jpg)
নিশা মহানগৰীৰ ৰাজপথত সুন্দৰীৰ তাণ্ডৱ
যুৱতীয়ে ৰাজপথতেই চোচোৰালে আন যুৱতীক
মহানগৰীৰ ছয়মাইলত নিশা এদল যুৱতীৰ প্ৰচণ্ড মাৰপিট
ৰাজপথতেই বাগৰি বাগৰি কাজিয়াত লিপ্ত যুৱতী কেইগৰাকীয়ে
কেমেৰাত বন্দী হ'ল সম্পূৰ্ণ কাজিয়াৰ দৃশ্য
নিশা প্ৰায় ১১ বজাত ছয়মাইল উৰণীয়া সেতুৰ নামনিত এই কাণ্ড।
Also Read: যমুনা নৈৰ বাঢ়নী পানীয়ে বুৰালে দিল্লীৰ একাধিক অঞ্চল : প্ৰশাসনৰ সতৰ্কবাণী