/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/10/dangor-khobr-2.jpg)
পুনৰ মহানগৰীত এছ টি এফৰ অভিযানঃ নিষিদ্ধ ড্ৰব্যৰ সৈতে এজনক আটক...
পুনৰ মহানগৰীত ড্ৰাগছৰ বিৰুদ্ধে এছ টি এফৰ অভিযান।
মহানগৰীৰ ভাস্কৰনগৰত গীতানগৰ আৰক্ষী আৰু STFয়ে চলাই এই অভিযান।
অভিযানত এটা ড্রাগছ সৰবৰাহকাৰীক গ্রেপ্তাৰ।
ধৃত সৰবৰাহকাৰীটোৰ নাম টিকু সাহা বুলি জানিব পৰা গৈছে।
ড্রাগছ সৰবৰাহকাৰীটোৰ পৰা ৩৮.৫ গ্রাম হেৰ’ইন জব্দ।
ইয়াৰোপৰি জব্দ কৰা হৈছে এখন স্কুটী।