/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/d3f2b379-dba0-44d7-a88a-2f561c3ad244/AP_FOR_WEB_new_format_Y_copy.jpg)
-
বজালী কাণ্ডৰ অন্যতম খলনায়িকা গায়ত্ৰী সোনোৱালৰ আত্মীয়ৰ বাসগৃহত চিআইডিৰ তালাচী।
-
এক সূত্ৰ মতে বাসগৃহৰ পৰা উদ্ধাৰ হৈছে বিশাল পৰিমাণৰ ধন।
-
মহানগৰীৰ বেলতলাৰ জিলমিল পথত থকা এই বাসগৃহত বৰ্তমানেও চলি আছে অভিযান।
-
বজালীৰ গ্ৰেপ্তাৰ হোৱা আৰক্ষী অধীক্ষকৰ বিফকেচটো উদ্ধাৰ হৈছিল বৃহৎ পৰিমাণৰ ধন।
-
আৰক্ষীৰ বিশাল দলে চলাই আছে এই অভিযান।
-
উল্লেখ্য কিছুদিন পূৰ্বেও এইগৰাকী অতিৰিক্ত আৰক্ষী অধীক্ষক গায়ত্ৰী সোণোৱালৰ মাতৃৰ গৃহত অভিযান চলাইছিল চি আই ডিয়ে।