গায়ত্ৰী সোনোৱালৰ আত্মীয়ৰ ঘৰৰ পৰা ওলাইছে লাখে লাখে টকা

গায়ত্ৰী সোনোৱালৰ আত্মীয়ৰ ঘৰৰ পৰা ওলাইছে লাখে লাখে টকা
  • বজালী কাণ্ডৰ অন্যতম খলনায়িকা গায়ত্ৰী সোনোৱালৰ আত্মীয়ৰ বাসগৃহত চিআইডিৰ তালাচী।

  • এক সূত্ৰ মতে বাসগৃহৰ পৰা উদ্ধাৰ হৈছে বিশাল পৰিমাণৰ ধন।

  • মহানগৰীৰ বেলতলাৰ জিলমিল পথত থকা এই বাসগৃহত বৰ্তমানেও চলি আছে অভিযান।

  • বজালীৰ গ্ৰেপ্তাৰ হোৱা আৰক্ষী অধীক্ষকৰ বিফকেচটো উদ্ধাৰ হৈছিল বৃহৎ পৰিমাণৰ ধন।

  • আৰক্ষীৰ বিশাল দলে চলাই আছে এই অভিযান।

  • উল্লেখ্য কিছুদিন পূৰ্বেও এইগৰাকী অতিৰিক্ত আৰক্ষী অধীক্ষক গায়ত্ৰী সোণোৱালৰ মাতৃৰ গৃহত অভিযান চলাইছিল চি আই ডিয়ে।

গায়ত্ৰী সোনোৱালৰ আত্মীয়ৰ ঘৰৰ পৰা ওলাইছে লাখে লাখে টকা
আলফাৰ নামত ধন দাবী কৰি আৰক্ষীৰ জালত ৩ অভিযুক্ত

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in