/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/07/dangor-khobr-24-1.jpg)
dangor kotha
মহানগৰীৰ গণেশগুৰি উৰণীয়া সেতুৰ সমীপত দুৰ্ঘটনা ।
মালবাহী ডি আই বাহনে ট্রেফিক সংকেত অমান্য কৰাত সংঘটিত দুৰ্ঘটনা।
তীব্রবেগত অহা বাহনখনে খুন্দা মাৰে আন দুখন বাহনত।
দুৰ্ঘটনাগ্রস্ত এখন টাটা পান্স আৰু এখন হুণ্ডাই বাহন।
দুৰ্ঘটনা সংঘটিত কৰা ডি আই বাহনৰ চালকৰ ঘটনাস্থলীৰ পৰা পলায়ন।
ইফালে টাটা পান্স বাহনখনৰ চালকসহ আন যাত্রী আছিল সুৰাসক্ত।
টাটা পান্স বাহনখনৰ নম্বৰ AS-01 FB 0214।
Also Read: কৰ দি মৰ !