কামাকাজিত বিধ্বংসী অগ্নিকাণ্ড

কামাকাজিত বিধ্বংসী অগ্নিকাণ্ড

author-image
Asomiya Pratidin
New Update
কামাকাজিত বিধ্বংসী অগ্নিকাণ্ড

  • মহানগৰীৰ বিলাসী কামাকাজিত বিধ্বংসী অগ্নিকাণ্ড

  • ব্ৰহ্মপুত্ৰৰ ওপৰত থকা ফ্ল'টিং ৰেস্তোঁৰা এণ্ড বাৰ 'কামাকাজি'ত সংঘটিত হৈছে অগ্নিকাণ্ড

  • নিশা জ্বলি উঠে ৰেস্তোঁৰাখন

  • নিমিষতে ভস্মীভূত ফ্ল'টিং ৰেস্তোঁৰা এণ্ড বাৰ 'কামাকাজি'

  • অগ্নিকাণ্ডৰ কাৰণ সম্প্ৰতি জানিব পৰা নাই।

Advertisment

Also Read: নগাঁও কলেজ (অট’নমাচ)ৰ ছাত্ৰী নিবাস উদ্বোধন শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ

brahmaputra kamakazi Assam police