New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/08/breaking-Plate.jpg)
জু ৰোডৰ সেন্দুৰী আলি পথত অগ্নিকাণ্ড
চলি থকা অৱস্থাত এখন চাৰিচকীয়া বাহনত লাগিল জুই
গাড়ীখন নুনমাটিৰ মহেন্দ্ৰ হাজৰিকাৰ বুলি জানিব পৰা গৈছে
এখন প'ল' গাড়ীত লাগিল জুই, বৰ্তমান নিৰ্বাপন কৰা হৈছে।
Also Read: ভাৰতৰ ৰাজনীতিত প্ৰৱেশ কৰিব পাকিস্তানৰ সীমা !