New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/03/dangor-khobr-1.jpg)
মহানগৰীত জব্দ বুজন পৰিমাণৰ ফেঞ্চি ডাইল
দক্ষিণগাঁও NEF আইন মহাবিদ্যালয়ৰ সমীপৰ পৰা জব্দ
মণিপুৰৰ এটা সৰবৰাহকাৰীৰ পৰা জব্দ ২,২৫৬টা বটল ফেঞ্চি ডাইল
ধৃত সৰবৰাহকাৰীটোৰ নাম হাফিজুদ্দিন
হাফিজুদ্দিনৰ পৰা জব্দ AS-01-DD-7799 নম্বৰৰ এখন বাহন।
Also Read: মহানগৰীত ক’কেইনসহ গ্রেপ্তাৰ ৩ জনকৈ লোক...