New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/08/breaking-Plate.jpg)
মহানগৰীত ক’কেইনসহ ৩জনক গ্রেপ্তাৰ।
নাৰ্কটিকছ বিভাগৰ জালত ডি.জে(DJ)সহ ৩জনলোক।
ধৃত এজন ডি.জে ডীন।
আন জনৰ নাম বেদান্ত বুলি জানিব পৰা গৈছে।
ইয়াৰ উপৰি নাৰ্কটিকছ বিভাগে গ্রেপ্তাৰ কৰিছে এগৰাকী মহিলাকো।
Also Read: আ-অলংকাৰ, দেশী-বিদেশী টকা, ৰূপৰ মুদ্ৰাসহ ধেমাজিত ২ চোৰক গ্ৰেপ্তাৰ