/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/c32c212f-a605-4ebb-9fc1-03b94939f773/CISF_21.jpg)
অসমৰ স্থায়ী বাসিন্দাৰ ভুৱা প্ৰমাণ পত্ৰৰে নিযুক্তি লাভৰ অপচেষ্টাঃ আৰক্ষীৰ জালত উত্তৰ প্ৰদেশৰ যুৱক...
ভুৱা নথিৰে পৰীক্ষা দিবলৈ আহি আটক এজন।
উত্তৰ প্ৰদেশৰ পৰা গুৱাহাটীত পৰীক্ষা দিবলৈ আহিছিল যুৱকজনে।
অসমৰ স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ দেওখুৱাইছিল তেওঁ।
আটক হোৱা যুৱকজন গোড়খপুৰৰ অগ্ৰসেন সিং চৌহান।
চি আই এছ এফৰ কনিষ্টবলৰ পৰীক্ষা দিবলৈ আহিছিল তেওঁ।
শাৰীৰ পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ পূৰ্বে নথি-পত্ৰ পৰীক্ষা কৰাৰ সময়ত ধৰা পৰে ভুৱা নথি।
কাৰ্বি আংলঙৰ স্থায়ী বাসিন্দাৰ ভুৱা প্ৰমাণ পত্ৰৰে পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ অপচেষ্টা চলাইছিল তেওঁ।
নুনমাটি আৰক্ষীয়ে আটক কৰিছে তেওঁক।
Also Read: ৰাজস্থান কংগ্ৰেছৰ ইস্তাহাৰঃ নিবনুৱা, কৃষক, শ্ৰমিক, মহিলা, কৰ্মচাৰী সকলোকে সামৰি ভিন্ন প্ৰতিশ্ৰুতি...