New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/af3a61f9-4a25-4d28-93bc-d339dfe183f5/aimu.jpg)
মহানগৰীৰ জু-ৰোডৰ জোনালীত আবকাৰী বিভাগৰ অভিযান
KORI'S নামৰ ৰেষ্টুৰেণ্টত তালাচী অভিযান আবকাৰী বিভাগৰ
অভিযানত ৰেষ্টুৰেণ্টখনৰ পৰা কোৰিয়ান সুৰাৰ ৩০টা কাৰ্টন উদ্ধাৰ
আবকাৰী বিভাগৰ অধীক্ষক মানৱী দাসৰ নেতৃত্বত চলিছিল অভিযান
জানিব পৰা মতে বাৰৰ অনুজ্ঞাপত্র নোহোৱাকৈ সুৰা বিক্রী কৰি আছিল ।
Also Read: মৰিকলং ৰঙালী বিহু উৎসৱৰ ব্যাপক প্ৰস্তুতি