/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/54ff4322-ff23-4ffb-82e5-51191e2de305/ambubachi.jpg)
ডিজিটেল ডেস্কঃ সমাগত অম্বুবাচী মেলা। অহা ২২ জুনৰ পৰা ২৬ জুনলৈ অম্বুবাচী মেলা। মেলাৰ সময়ছোৱাত কামৰূপ মহানগৰ জিলাত কোনোধৰণৰ পৰীক্ষা অনুষ্ঠিত কৰিব নোৱাৰিব শিক্ষা বিভাগে।
জিলা শিক্ষা বিভাগলৈ নিৰ্দেশনা প্ৰেৰণ কামৰূপ মহানগৰ প্ৰশাসনৰ। জিলা উপয়ুক্তৰ পৰা লাভ কৰা নিৰ্দেশনা অনুসৰি, অহা ২১ জুনৰ পৰা ২৭ জুনলৈকে কামৰূপ মহানগৰ জিলাৰ অন্তৰ্গত চৰকাৰী অথবা বেচৰকাৰী শিক্ষানুষ্ঠানসমূহে কোনো পৰীক্ষা অনুষ্ঠিত কৰিব নোৱাৰিব বুলি নিৰ্দেশনাত উল্লেখ।
Also Read: কৰিমগঞ্জত আৰক্ষীৰ ড্রাগছ বিৰোধী অভিযান