New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/3d6545df-82d1-4043-b882-cee975962648/aimu.jpg)
কৰিমগঞ্জত আৰক্ষীৰ ড্রাগছ বিৰোধী অভিযান
অভিযানত কালিগঞ্জ অঞ্চলৰ পৰা য়াবা টেবলেট জব্দ
জব্দ ১৬,০০০ টা য়াবা টেবলেট
য়াবা টেবলেটসহ আটক ছামছ উদ্দিন নামৰ এজন সৰবৰাহকাৰী
জব্দকৃত য়াবা টেবলেটখিনিৰ বজাৰ মূল্য প্ৰায় ৩০ লাখ টকা।
Also Read: পশ্চিম ভাৰতত সৃষ্টি হ'ব পাৰে ঘূৰ্ণি বতাহ