/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/07/dangor-khobr-24.jpg)
গুৱাহাটী মহানগৰীত পুনৰ উদ্ধাৰ মহিলাৰ মৃতদেহ...
মহানগৰীৰ বেলতলাত পথ দুৰ্ঘটনা।
তীব্রবেগী ডাম্পাৰে মহটিয়াই নিলে পূজাৰ মূল তোৰণ।
বেলতলা লক্ষ্মী মন্দিৰ সাৰ্বজনীন দুৰ্গা পূজা সমিতিৰ আছিল তোৰণখন।
৪দিন পূৰ্বে নিৰ্মাণ সম্পূৰ্ণ হৈছিল তোৰণখনৰ।
তোৰণৰ লগতে পদপথৰ ২খন দোকানো মহটিয়াই নিলে ডাম্পাৰখনে।
দুৰ্ঘটনা সংঘটিত কৰি ডাম্পাৰ চালকৰ পলায়ন।
Also Read: অঞ্জন নাথ হত্যাকাণ্ডত গ্ৰেপ্তাৰ ৬ জন : মহিলাৰ পিতৃৰ পৰিকল্পনাত সংঘটিত সমগ্ৰ ঘটনা