/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/4ce9d2ec-9471-4aff-86fb-9a63d32fab93/agranii.jpg)
মহানগৰীত দুখন বাহনসহ ৫ টাকৈ গৰু জব্দ...
-
মহানগৰীৰ খানাপাৰাত পুনৰ জব্দ ড্রাগছ।
-
এচটিএফৰ অভিযানত জব্দ ড্রাগছভৰ্তি কণ্টেইনাৰ।
-
গ্রেপ্তাৰ ৪ ড্রাগছ সৰবৰাহকাৰীক।
-
অভিযানত জব্দ ৮৬টা ড্রাগছভৰ্তি কণ্টেইনাৰ।
-
গ্রেপ্তাৰ ধন ৰাভা, আইনুল শ্বেখ, মিছেচ কেটেপ বড়ো আৰু এগৰাকী মহিলা।
-
বশিষ্ঠ আৰক্ষী থানাত আৰক্ষীৰ জেৰা অব্যাহত আছে ৪ সৰবৰাহকাৰীক।
Also Read: ভাৰতীয় বলাৰৰ বাবে সহায়ক হ'বনে পুনেৰ মহাৰাষ্ট্ৰ ক্ৰিকেট এছ’চিয়েশ্যন ষ্টেডিয়াম ?