/asomiyapratidin/media/post_attachments/asomiyapratidin/import/2021/07/dangor-khobr-19.jpg)
নিশাৰ মহানগৰীত বিধ্বংসী অগ্নিকাণ্ড...
-
গুৱাহাটী মহানগৰীত নিশা বিধ্বংসী অগ্নিকাণ্ড।
-
মহানগৰীৰ অম্বিকাগিৰী নগৰত সংঘটিত হৈছে এই অগ্নিকাণ্ডৰ ঘটনা।
-
দাও দাওকৈ জ্বলি উঠিল এটা বাসগৃহ।
-
অম্বিকাগিৰী নগৰৰ ত্রিবেণী পথৰ হাউচ নং ৬৪ত এই অগ্নিকাণ্ড।
-
কথমপি প্রাণৰক্ষা সিদ্ধাৰ্থ শইকীয়া নামৰ লোকজনৰ।
-
বৰ্তমানলৈ অগ্নিকাণ্ডৰ কাৰণ জানিব পৰা হোৱা নাই।
-
কেইবাখনো অগ্নিনিৰ্বাপক বাহিনীৰ সহায়ত জুই নিৰ্বাপন।
-
অগ্নিকাণ্ডৰ ফলত লক্ষাধিক টকাৰ সা-সম্পত্তি ভস্মিভূত।
Also Read: একে নিশাই ৮ খন দোকান চাফাই কৰা দুই চোৰক গ্ৰেপ্তাৰ...