
পুনৰ গুৱাহাটীত উদ্ধাৰ হৈছে এটা মৃতদেহ।
এইবাৰ মৃতদেহ উদ্ধাৰ হ'ল মালিগাঁৱৰ ৰে'লগেট বজাৰত।
মৃতদেহটো পদপথত বাস কৰা এজন লোকৰ বুলি চিনাক্ত।
অৱশ্যে লোকজনৰ পৰিচয় এই পৰ্যন্ত উদ্ধাৰ কৰিব পৰা নাই।
কিয় আৰু কেনেকৈ এই লোকজনৰ মৃত্যু হ'ল সেই বিষয়েও কোনো তথ্য এই পৰ্যন্ত লাভ কৰা নাই।