/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/12/ROAD-ACCIDENT-2.jpg)
গুৱাহাটীৰ নলাত পৰি মাছ ব্যৱসায়ীৰ মৃত্যুঃ সৃষ্টি হৈছে ৰহস্য...
পুনৰ গুৱাহাটী মহানগৰীত মৃতদেহ উদ্ধাৰ।
এটা নলাৰ পৰা উদ্ধাৰ কৰা হৈছে এই মৃতদেহটো।
হাতীগাঁৱৰ লখিমীনগৰ তিনিআলিত সংঘটিত হৈছে এই ঘটনা।
উদ্ধাৰ হোৱা মৃতদেহটো নৰেন চৌধুৰীৰ বুলি চিনাক্ত।
নৰেন চৌধুৰী এজন মাছৰ ব্যৱসায়ী।
এটা উন্মুক্ত নলাত পৰি এইদৰে মৃত্যুক সাৱটিলে নৰেন চৌধুৰীয়ে।
Also Read: কামপুৰ নগৰৰ মাজত বন্যহস্তীৰ আতংকঃ দুজনক আক্ৰমণ, শিক্ষানুষ্ঠান বন্ধ...