স্বাধীনতা দিৱসৰ আনন্দ উল্লাসৰ মাজতে মহানগৰীত উদ্ধাৰ মৃতদেহ...
স্বাধীনতা দিৱসৰ আনন্দ উল্লাসৰ মাজতে মহানগৰীত উদ্ধাৰ মৃতদেহ...

স্বাধীনতা দিৱসৰ আনন্দ উল্লাসৰ মাজতে মহানগৰীত উদ্ধাৰ মৃতদেহ...

  • স্বাধীনতা দিৱসৰ আনন্দ উল্লাসৰ মাজতে অঘটন।

  • পুনৰ মহানগৰীত উদ্ধাৰ হ'ল এজন যুৱকৰ মৃতদেহ।

  • মহানগৰীৰ বামুণিমৈদামত ৰহস্যজনক অৱস্থাত উদ্ধাৰ হৈছে যুৱকৰ মৃতদেহ।

  • উদ্ধাৰহোৱা মৃতদেহটো হিমাংশু হালৈ নামৰ এজন যুৱকৰ বুলি জানিব পৰা গৈছে।

  • নিজৰ কোঠাৰ ভিতৰত চিপ লোৱা অৱস্থাত উদ্ধাৰ মৃতদেহটো।

  • হত্যা নে আত্মহত্যা এই পৰ্যন্ত জনা হোৱা নাই।

  • ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত আৰম্ভ।

স্বাধীনতা দিৱসৰ আনন্দ উল্লাসৰ মাজতে মহানগৰীত উদ্ধাৰ মৃতদেহ...
সদৌ চুতীয়া জাতি সন্মিলনৰ নৱনিৰ্বাচিত সভাপতি বিবুল হাজৰিকাক সম্বৰ্ধনা...

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in