এটা বেলাতেই গুৱাহাটীত উদ্ধাৰ দুটাকৈ মৃতদেহ...

এটা বেলাতেই গুৱাহাটীত উদ্ধাৰ দুটাকৈ মৃতদেহ...

author-image
Asomiya Pratidin
New Update
লখিমপুৰত বিদ্যুৎপৃষ্ট হৈ মৃত্যু যুৱকৰ...

এটা বেলাতেই গুৱাহাটীত উদ্ধাৰ দুটাকৈ মৃতদেহ...

  • পুনৰ গুৱাহাটী মহানগৰীত উদ্ধাৰ মৃতদেহ।

  • শনিবাৰে এটা বেলাৰ ভিতৰতে উদ্ধাৰ দুটাকৈ মৃতদেহ।

  • উজান বজাৰৰ পাছত এইবাৰ চানমাৰিত উদ্ধাৰ হ'ল অচিনাক্ত মৃতদেহ।

  • চানমাৰি অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ হোষ্টেলৰ কাষত উদ্ধাৰ হৈছে এই মৃতদেহষ

  • এটা বগা বষ্টাৰ ভিতৰত বান্ধি থোৱাৰ অৱস্থাত মৃতদেহটো।

  • এই পৰ্যন্ত চিনাক্ত কৰা হোৱা নাই এই মৃতদেহ।

  • ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ মৃতদেহ উদ্ধাৰৰ চেষ্টা।

  • মৃতদেহ উদ্ধাৰ হোৱা বষ্টাত তেজৰ চেকুৰা দেখি এয়া হত্যা কাণ্ড বুলি সন্দেহ।

Advertisment

Also Read: দুটা স্থানৰ দুটা আত্মহত্যাৰ ঘটনাই সৃষ্টি কৰিছে চাঞ্চল্য...

অপৰাধ