মহানগৰীত উদ্ধাৰ এটি অচিনাক্ত মৃতদেহ...

পুনৰ মহানগৰীত উদ্ধাৰ হৈছে এটি মৃতদেহ ৷ বশিষ্ঠৰ লতাকটাত উদ্ধাৰ মৃতদেহটো

author-image
Asomiya Pratidin
New Update
লংকাৰ ৰে’ল পথত অচিনাক্ত মৃতদেহ উদ্ধাৰ

উদ্ধাৰ এটি মৃতদেহ

ডিজিটেল ডেস্কঃ

Advertisment
  • পুনৰ মহানগৰীত উদ্ধাৰ হৈছে এটি মৃতদেহ ৷

  • বশিষ্ঠৰ লতাকটাত উদ্ধাৰ মৃতদেহটো ৷

  • বশিষ্ঠ নদীত উদ্ধাৰ মৃতদেহটো ৷

  • মৃতদেহটো বৰ্তমানলৈ চিনাক্ত হোৱা নাই ৷

  • ইতিমধ্যই ঘটনাস্থলীত উপস্থিত হৈছে আৰক্ষী ৷

Also Read: অন্ধকাৰ মঙলদৈ, খোৱা পানী,মম বিচাৰি হাহাকাৰ...

guwahati deadbody found