New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/08/breaking-Plate.jpg)
গুৱাহাটীত চাঞ্চল্যকৰ ঘটনা
গুৱাহাটী ক্লাৱৰ ৰাজপথত উদ্ধাৰ অচিনাক্ত মহিলাৰ মৃতদেহ
জাবৰৰ দমত পেলাই থোৱা আছিল মৃতদেহটো
পথাচাৰিয়ে দেখি খবৰ দিয়ে লতাশিল আৰক্ষীক
ইতিমধ্যে মৰ্গলৈ প্ৰেৰণ মৃতদেহটো
কাৰ মৃতদেহ, হত্যা নে কি তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে
Also Read: ঢকুৱাখনা মহাবিদ্যালয়ৰ দৃষ্টিনন্দন সাংস্কৃতিক শোভাযাত্ৰা