গুৱাহাটী ক্লাৱৰ ৰাজপথত উদ্ধাৰ মৃতদেহ

গুৱাহাটী ক্লাৱৰ ৰাজপথত উদ্ধাৰ মৃতদেহ
  • গুৱাহাটীত চাঞ্চল্যকৰ ঘটনা

  • গুৱাহাটী ক্লাৱৰ ৰাজপথত উদ্ধাৰ অচিনাক্ত মহিলাৰ মৃতদেহ

  • জাবৰৰ দমত পেলাই থোৱা আছিল মৃতদেহটো

  • পথাচাৰিয়ে দেখি খবৰ দিয়ে লতাশিল আৰক্ষীক

  • ইতিমধ্যে মৰ্গলৈ প্ৰেৰণ মৃতদেহটো

  • কাৰ মৃতদেহ, হত্যা নে কি তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে

গুৱাহাটী ক্লাৱৰ ৰাজপথত উদ্ধাৰ মৃতদেহ
ঢকুৱাখনা মহাবিদ্যালয়ৰ দৃষ্টিনন্দন সাংস্কৃতিক শোভাযাত্ৰা

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in