বিজয়া দশমীৰ দিনটোতে মহানগৰীত উদ্ধাৰ দ্বিতীয়টো মৃতদেহ

বিজয়া দশমীৰ দিনটোতে মহানগৰীত উদ্ধাৰ দ্বিতীয়টো মৃতদেহ

author-image
Asomiya Pratidin
New Update
বিজয়া দশমীৰ দিনটোতে মহানগৰীত উদ্ধাৰ দ্বিতীয়টো মৃতদেহ

ডিজিটেল ডেস্কঃ মহানগৰীৰ লখৰা অঞ্চলত অৱস্থিত আন্তঃৰাজ্যিক বাছ টাৰ্মিনাছৰ সমীপত মঙলবাৰে উদ্ধাৰ কৰা হয় এটা মৃতদেহ। জানিব পৰা মতে, বাথৌপুৰীত ফেন্সিঙৰ ভিতৰত ট্ৰেন্সফৰ্মাৰৰ তলত পৰি থকা অৱস্থাত মৃতদেহটো উদ্ধাৰ কৰা হয়।

মৃত লোকজনৰ পৰিচয় এতিয়াও জানিব পৰা হোৱা নাই। ইতিমধ্যেই ঘটনাস্থলীত গড়চুক আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে।

Also Read: দুৰ্গা পূজাৰ উচাহৰ মাজতে মহানগৰীত উদ্ধাৰ যুৱকৰ মৃতদেহ

deadbody found Assam police