মহানগৰীৰ বৰা ছাৰ্ভিচত মহিলাৰ মৃতদেহ উদ্ধাৰ

মহানগৰীৰ বৰা ছাৰ্ভিচত মহিলাৰ মৃতদেহ উদ্ধাৰ

author-image
Asomiya Pratidin
New Update
লংকাৰ ৰে’ল পথত অচিনাক্ত মৃতদেহ উদ্ধাৰ

উদ্ধাৰ এটি মৃতদেহ

মহানগৰীৰ বৰা ছাৰ্ভিচত মহিলাৰ মৃতদেহ উদ্ধাৰ।

শনিৰাম বৰা পথৰ হাউচ নং ২ত উদ্ধাৰ হৈছে মৃতদেহটো।

নিশাপ্ৰায় ৯ বজাৰ কোঠাৰ দোৱাৰ বন্ধ ৰাখিছিল মহিলাগৰাকীয়ে।

স্বামী আৰু শাহুৱেকৰ লগত উলুবাৰীৰ বৰা ছাৰ্ভিচত ভাড়াঘৰত আছিল মহিলাগৰাকী।

কোঠাৰ ভিতৰত উলমি থকা অৱস্থাত উদ্ধাৰ মহিলা গৰাকীৰ মৃতদেহ।

ঘটনাস্থলীত উপস্থিত ফৰেনচিকৰ দল।

মৃত মহিলা গৰাকীৰ নাম ভাগ্যলক্ষ্মী দুৱৰা।

Also Read: বঙাইগাঁৱত মহিলাৰ মৃতদেহ উদ্ধাৰ

guwahati