/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/f736359a-f31c-4263-87ee-4ca3c7caf674/hhh.jpg)
-
বঙাইগাঁৱৰ চক্ৰৰচিলাত পুখুৰীত মহিলাৰ মৃতদেহ উদ্ধাৰ।
-
মৃতদেহ উদ্ধাৰ হোৱাৰ পিছতে জনতাৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়।
-
মহিলাৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই সমগ্ৰ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।
-
মৃত মহিলা গৰাকী ৰঞ্জনা আৰ্য্য(৪৫) বুলি চিনাক্ত কৰা হৈছে।
-
স্থানীয় লোকে জানিবলৈ দিয়া মতে, মৃত মহিলা গৰাকী দীৰ্ঘদিন ধৰি মানসিক ভাৱে অসুস্থ হৈ আছিল।
-
গাঁওখনত পুখৰীত উপঙি থকা অৱস্থাত মহিলা গৰাকীৰ মৃতদেহ প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়ে স্থানীয় লোকে।
-
ঘটনা স্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ বাবে বঙাইগাঁৱলৈ প্রেৰণ কৰে ।
Also Read: শ্ৰীশ্ৰী মইনবড়ী সত্ৰৰ বাবে নতুন সেৱাৰ সামগ্ৰী আগবঢ়ালে জি পি সিঙে