পলাতক চাইবাৰ অপৰাধী তছদিকুৰ ৰহমানক গ্রেপ্তাৰ...

পলাতক চাইবাৰ অপৰাধী তছদিকুৰ ৰহমানক গ্রেপ্তাৰ...
পলাতক চাইবাৰ অপৰাধী তছদিকুৰ ৰহমানক গ্রেপ্তাৰ...
  • অৱশেষত পলাতক চাইবাৰ অপৰাধী তছদিকুৰ ৰহমানক গ্রেপ্তাৰ।

  • মহানগৰীৰ গান্ধিবস্তিৰ ইছলাম বস্তিৰ ফ্লেটৰ পৰা গ্রেপ্তাৰ ৰহমান।

  • দীৰ্ঘদিন ধৰি বহিঃৰাষ্ট্রত পলাই আছিল তছদিকুৰ ৰহমান।

  • আন্তঃৰাষ্ট্রীয় চাইবাৰ অপৰাধীৰ সৈতে জড়িত আছিল তছদিকুৰ।

  • ডেৰমাহ ধৰি পলাতক হৈ আছিল চাইবাৰ অপৰাধী ৰহমান।

  • প্রাক্তন IAS বিষয়া আতিকা চুলতানাৰ পুত্র তছদিকুৰ ৰহমান।

  • বৰ্তমান ক্রাইম বাঞ্চৰ জিম্মাত আছে তছদিকুৰ ৰহমান।

পলাতক চাইবাৰ অপৰাধী তছদিকুৰ ৰহমানক গ্রেপ্তাৰ...
পুনৰ গুৱাহাটীত অট্টালিকাৰ পৰা পৰি দশম শ্ৰেণীৰ ছাত্ৰীৰ মৃত্যু...

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in