২ বছৰীয়া বৰ্ষপূৰ্তিৰ প্ৰাকমুহূৰ্তত মুখ্যমন্ত্ৰী সংবাদমেলঃ ক'লে এইবোৰ কথা...

২ বছৰীয়া বৰ্ষপূৰ্তিৰ প্ৰাকমুহূৰ্তত মুখ্যমন্ত্ৰী সংবাদমেলঃ ক'লে এইবোৰ কথা...

author-image
Asomiya Pratidin
New Update
থলুৱা কৃষকৰ পৰা পূৰ্বতকৈ অধিক পৰিমাণে ধান, সৰিয়হ ক্ৰয় কৰিব অসম চৰকাৰে...

২ বছৰীয়া বৰ্ষপূৰ্তিৰ প্ৰাকমুহূৰ্তত মুখ্যমন্ত্ৰী সংবাদমেলঃ ক'লে এইবোৰ কথা...

ডিজিটেল ডেস্কঃ ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই অসম চৰকাৰৰ দুবছৰীয়া বৰ্ষপূৰ্তি উপলক্ষে এক সংবাদ মেল সম্বোধন কৰিছে। এই সংবাদমেলৰ জৰিয়তে মুখ্যমন্ত্ৰীগৰাকীয়ে দুবছৰীয়া কাৰ্যকালৰ সফলতাসমূহৰ বিষয়ে উল্লেখ কৰিছে।

Advertisment

১ লাখ নিযুক্তি, কৃষি উন্নয়ন, আইন-শৃংখলা উন্নীতকৰণ আদি বিষয়সমূহে তেওঁৰ এই সংবাদমেলত স্থান লাভ কৰিছে।ইয়াৰোপৰি তেওঁৰ ভৱিষ্যত পৰিকল্পনা সমূহৰ বিষয়েও এই সংবাদমেলত সবিস্তাৰে প্ৰকাশ কৰিছে।  

শুনক মুখ্যমন্ত্ৰীগৰাকীয়ে কি কি ক'লেঃ

Also Read: সেনাৰ ইউনিউৰ্মক লৈ ডাঙৰ সিদ্ধান্ত...

হিমন্ত বিশ্ব শৰ্মা অসম চৰকাৰ