/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/a76d7d44-16f1-425a-997d-34e90641d9bf/chinmaya_mission_29.jpg)
২ ডিচেম্বৰৰ পৰা চিন্ময় মিছন গুৱাহাটীৰ বাৰ্ষিক দিৱসৰ কাৰ্যসূচী...
ডিজিটেল ডেস্কঃ চিন্ময় মিছন গুৱাহাটীয়ে ৩০ নৱেম্বৰ ২০২৩, বৃহস্পতিবাৰৰ পৰা চিন্ময় কেন্দ্ৰৰ ২০ সংখ্যক বাৰ্ষিক দিৱস উদযাপন কৰিব।
বৃহস্পতিবাৰে সন্ধিয়া ৫-৩০ বজাৰ পৰা অনুষ্ঠিত হ'বলগীয়া অনুষ্ঠানত ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব। ইয়াৰোপৰি এই অনুষ্ঠানত উপস্থিত থাকিব পূজ্য স্বামী মিতৰানন্দজী।
আনহাতে ২ ডিচেম্বৰৰ সন্ধিয়া ৫-৩০ বজাত অনুষ্ঠিত হ'বলগীয়া অনুষ্ঠানত ৰাজ্যৰ শিক্ষামন্ত্ৰী ড০ ৰণোজ পেগু, শিক্ষা বিভাগৰ শিক্ষা উপদেষ্টা ননী গোপাল মহন্ত উপস্থিত থাকিব। এই আটাইকেইটা দিনৰ বিভিন্ন অনুষ্ঠানত ৰাইজৰ সহযোগিতা আশা কৰিছে চিন্ময় মিছন, গুৱাহাটীয়ে।
Also Read: 'বহু চৰকাৰী বিদ্যালয়ত সোমালে ঋণাত্মক চিন্তাহে আহে'- মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us