চাইবাৰ অপৰাধেৰে জড়িতৰ সন্দেহত ২জনক আটক চানমাৰি আৰক্ষীৰ

চাইবাৰ অপৰাধেৰে জড়িতৰ সন্দেহত ২জনক আটক চানমাৰি আৰক্ষীৰ

author-image
Asomiya Pratidin
New Update
জাগীৰোড আৰক্ষীৰ জালত চাইবাৰ অপৰাধী...

ডিজিটেল ডেস্কঃ চাইবাৰ অপৰাধীৰ বিৰুদ্ধে অব্যাহত আছে অসম আৰক্ষীৰ অভিযান। বিগত দিনত চাইবাৰ কাণ্ডৰে জড়িত কেইবাটাও অপৰাধী আটক কৰিবলৈ সক্ষম হৈছে অসম আৰক্ষী। বৃহস্পতিবাৰে পুনৰ চানমাৰি আৰক্ষীয়ে চাইবাৰ কাণ্ডৰে জড়িত থকাৰ সন্দেহত ২ যুৱকক আটক কৰে।

Advertisment

আৰক্ষী সূত্ৰে জানিব পৰা মতে, আটকাধীন যুৱক দুজনৰ নাম প্রভদ্বীপ সিং আৰু গৰ্ভিড জৈন। যুৱক দুজন চাইবাৰ অপৰাধী ৰাজন ছিদানাৰ বন্ধু বুলি জানিব পৰা গৈছে।সম্প্ৰতি ক্রাইম ব্রাঞ্চৰ তত্বাৱধানত আছে আটকাধীন যুৱক দুজন। ক্রাইম ব্রাঞ্চে অত্যাধিক তথ্যৰ বাবে দুয়োকে সোধা–পোছা অব্যাহত ৰাখিছে।

Also Read: অসম আন্দোলনৰ ফলশ্ৰুতিত স্থাপন হোৱা ধিঙৰ 'চেকক্ৰাফ্ট' উদ্যোগৰো মাটি ৰামদেৱৰ দখলত

cybercrime