প্ৰসংগ- চানমাৰি হত্যাকাণ্ড : শিৱসাগৰত আটক এজন

প্ৰসংগ- চানমাৰি হত্যাকাণ্ড : শিৱসাগৰত আটক এজন

author-image
Asomiya Pratidin
New Update
বিলাসীপাৰাৰ ১৭নং ৰাষ্ট্রীয় ঘাইপথত উদ্ধাৰ যুৱকৰ মৃতদেহ

যোৰহাটত জঘণ্য হত্যাকাণ্ড ! ঘৰৰ সন্মুখতেই ডিঙি কাটি এজন হত্যা দুৰ্বৃত্তৰ

ডিজিটেল ডেস্কঃ চানমাৰি হত্যাকাণ্ডৰ ৰহস্য ফাদিলৰ অৰ্থে অসম আৰক্ষী আৰু ক্ৰাইম ব্ৰাঞ্চে চলাই আছে যুটীয়া অভিযান। ঘটনাৰে জড়িতৰ সন্দেহত ইতিমধ্যেই বহুতো কিন্নৰক কৰা হৈছে সোধ-পোছ।

Advertisment

সোমবাৰে মৃত আমদাদুলৰ ম’বাইলৰ শেহতীয়া লোকেচন শিৱসাগৰত লাভ কৰিছিল আৰক্ষীয়ে। সেই সন্দৰ্ভত শিৱসাগৰ আৰক্ষীৰ সৈতে যোগাযোগ কৰিছিল চানমাৰি আৰক্ষীয়ে। সেই মৰ্মে হত্যাকাণ্ডৰে জড়িতৰ সন্দেহত শিৱসাগৰত আটক হামিদুৰ ইছলাম নামৰ এজন যুৱকক। সোধা-পোছাৰ বাবে আটক কৰা হৈছে হামিদুৰ ইছলামক।

জানিব পৰা মতে, হামিদুৰৰ ঘৰ ধুবুৰীৰ বিলাসীপাৰাত। হামিদুৰৰ ম’বাইল ফোনো জব্দ কৰিছে আৰক্ষীয়ে।

Also Read: আজি ৰাষ্ট্ৰীয় একতা দিৱস

assampolice