৩ ফেব্ৰুৱাৰীত এন.চি.পি. কাৰ্যালয়ৰ বাকৰিত 'কা' বিৰোধী অৱস্থান ধৰ্মঘট কাৰ্যসূচী

৩ ফেব্ৰুৱাৰীত এন.চি.পি. কাৰ্যালয়ৰ বাকৰিত 'কা' বিৰোধী অৱস্থান ধৰ্মঘট কাৰ্যসূচী

ডিজিটেল ডেস্কঃ অহা ৩ ফেব্রুবাৰীৰ দিনা মহানগৰীৰ দীঘলীপুখুৰীৰ ওচৰত থকা এন.চি.পি. দলৰ কাৰ্যালয়ৰ বাকৰিত এক অৱস্থান ধর্মঘট কাৰ্যসূচী আয়োজন কৰা হৈছে। কেন্দ্রীয় চৰকাৰে নাগৰিকত্ব সংশোধনী (কা) আইন বলৱৎ কৰিবলৈ সিদ্ধান্ত গ্রহণ কৰাৰ প্রতিবাদকল্পে নাগৰিকত্ব সংশোধনী (কা) আইন বিৰোধী সমন্বয় সমিতি, অসমে এই অৱস্থান ধর্মঘট কাৰ্যসূচী হাতত লৈছে।

সমিতিয়ে জনোৱা অনুসৰি উক্ত দিনা দিনৰ ১১-০০ বজাৰ পৰা আৰম্ভ হ'ব অৱস্থান ধর্মঘট কাৰ্যসূচী। এই কাৰ্যসূচীত সমিতিয়ে (কা) বিৰোধী ৰাইজৰ সহায়-সহযোগিতা কামনা কৰিছে।

৩ ফেব্ৰুৱাৰীত এন.চি.পি. কাৰ্যালয়ৰ বাকৰিত 'কা' বিৰোধী অৱস্থান ধৰ্মঘট কাৰ্যসূচী
কামপুৰত মে-ডাম-মে-ফী উদযাপন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in