মহানগৰীত আটক বৃহৎ প্ৰৱঞ্চকৰ দল

মহানগৰীত আটক বৃহৎ প্ৰৱঞ্চকৰ দল

author-image
Asomiya Pratidin
New Update
 সপ্তম শ্ৰেণীত অধ্যয়নৰত কিশোৰীক ড্ৰাগছ সৰবৰাহ কৰিবলৈ বাধ্য কৰালে পিতৃয়ে

  • মহানগৰীত আটক বৃহৎ প্ৰৱঞ্চকৰ দল।

  • এগৰাকী চিকিৎসকৰ অভিযোগৰ ভিত্তিত আটক কৰা হয় প্ৰৱঞ্চকৰ দলটো।

  • বশিষ্ঠৰ গ্ৰীণউড হোটেলৰ পৰা আটক কৰা হৈছে ১৯ জনীয়া প্ৰৱঞ্চকৰ দলটো।

  • আটকাধীন প্ৰৱঞ্চকৰ দলটোৰ প্ৰায়সংখ্যকে দিল্লীৰ বুলি জানিব পৰা গৈছে।

  • মহানগৰীত প্ৰৱঞ্চনাৰ জাল পেলোৱাৰ উদ্দেশ্যেৰেই হোটেলখনত বাহৰ পাতি আছিল প্ৰৱঞ্চকৰ দলটো।

Advertisment

Also Read: পুনৰ অশান্ত অঞ্চলৰূপে ঘোষণা মণিপুৰক

guwahati