মহানগৰীত আটক বৃহৎ প্ৰৱঞ্চকৰ দল

মহানগৰীত আটক বৃহৎ প্ৰৱঞ্চকৰ দল
  • মহানগৰীত আটক বৃহৎ প্ৰৱঞ্চকৰ দল।

  • এগৰাকী চিকিৎসকৰ অভিযোগৰ ভিত্তিত আটক কৰা হয় প্ৰৱঞ্চকৰ দলটো।

  • বশিষ্ঠৰ গ্ৰীণউড হোটেলৰ পৰা আটক কৰা হৈছে ১৯ জনীয়া প্ৰৱঞ্চকৰ দলটো।

  • আটকাধীন প্ৰৱঞ্চকৰ দলটোৰ প্ৰায়সংখ্যকে দিল্লীৰ বুলি জানিব পৰা গৈছে।

  • মহানগৰীত প্ৰৱঞ্চনাৰ জাল পেলোৱাৰ উদ্দেশ্যেৰেই হোটেলখনত বাহৰ পাতি আছিল প্ৰৱঞ্চকৰ দলটো।

মহানগৰীত আটক বৃহৎ প্ৰৱঞ্চকৰ দল
পুনৰ অশান্ত অঞ্চলৰূপে ঘোষণা মণিপুৰক

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in